MyDugsiStart learning

Surah Al-Layl in Assamese: translation and audio

Surah 92 · الليل · The Night · 21 verses

Surah Al-Layl verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Layl word by word in English.

Verse 1

وَٱلَّيْلِ إِذَا يَغْشَىٰ

Transliteration wa-al-layli idhā yaghshā

Assamese শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে,

Verse 2

وَٱلنَّهَارِ إِذَا تَجَلَّىٰ

Transliteration wal-nahāri idhā tajallā

Assamese শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়,

Verse 3

وَمَا خَلَقَ ٱلذَّكَرَ وَٱلْأُنثَىٰٓ

Transliteration wamā khalaqa l-dhakara wal-unthā

Assamese আৰু শপত সেই সত্তাৰ, যিজনে নৰ আৰু নাৰী সৃষ্টি কৰিছে।

Verse 4

إِنَّ سَعْيَكُمْ لَشَتَّىٰ

Transliteration inna saʿyakum lashattā

Assamese নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ।

Verse 5

فَأَمَّا مَنْ أَعْطَىٰ وَٱتَّقَىٰ

Transliteration fa-ammā man aʿṭā wa-ittaqā

Assamese এতেকে কোনোবাই দান কৰিলে আৰু তাক্বৱা অৱলম্বন কৰিলে,

Verse 6

وَصَدَّقَ بِٱلْحُسْنَىٰ

Transliteration waṣaddaqa bil-ḥus'nā

Assamese আৰু যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰিলে,

Verse 7

فَسَنُيَسِّرُهُۥ لِلْيُسْرَىٰ

Transliteration fasanuyassiruhu lil'yus'rā

Assamese আমি তাৰ বাবে সহজ পথত চলা সুগম কৰি দিম।

Verse 8

وَأَمَّا مَنۢ بَخِلَ وَٱسْتَغْنَىٰ

Transliteration wa-ammā man bakhila wa-is'taghnā

Assamese আৰু কোনোবাই কৃপণালি কৰিলে আৰু নিজকে অমুখাপেক্ষী ভাবিলে,

Verse 9

وَكَذَّبَ بِٱلْحُسْنَىٰ

Transliteration wakadhaba bil-ḥus'nā

Assamese আৰু যি উত্তম তাক অস্বীকাৰ কৰিলে,

Verse 10

فَسَنُيَسِّرُهُۥ لِلْعُسْرَىٰ

Transliteration fasanuyassiruhu lil'ʿus'rā

Assamese আমি তাৰ বাবে কঠিন পথত চলা সুগম কৰি দিম।

Verse 11

وَمَا يُغْنِى عَنْهُ مَالُهُۥٓ إِذَا تَرَدَّىٰٓ

Transliteration wamā yugh'nī ʿanhu māluhu idhā taraddā

Assamese আৰু তাৰ সম্পদ তাৰ কোনো কামত নাহিব, যেতিয়া সি ধ্বংস হ’ব।

Verse 12

إِنَّ عَلَيْنَا لَلْهُدَىٰ

Transliteration inna ʿalaynā lalhudā

Assamese নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে আমাৰ কৰ্তব্য।

Verse 13

وَإِنَّ لَنَا لَلْـَٔاخِرَةَ وَٱلْأُولَىٰ

Transliteration wa-inna lanā lalākhirata wal-ūlā

Assamese নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক।

Verse 14

فَأَنذَرْتُكُمْ نَارًا تَلَظَّىٰ

Transliteration fa-andhartukum nāran talaẓẓā

Assamese এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছো।

Verse 15

لَا يَصْلَىٰهَآ إِلَّا ٱلْأَشْقَى

Transliteration lā yaṣlāhā illā l-ashqā

Assamese তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি যি হ’ব চৰম হতভাগ্য,

Verse 16

ٱلَّذِى كَذَّبَ وَتَوَلَّىٰ

Transliteration alladhī kadhaba watawallā

Assamese যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে।

Verse 17

وَسَيُجَنَّبُهَا ٱلْأَتْقَى

Transliteration wasayujannabuhā l-atqā

Assamese আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক,

Verse 18

ٱلَّذِى يُؤْتِى مَالَهُۥ يَتَزَكَّىٰ

Transliteration alladhī yu'tī mālahu yatazakkā

Assamese যিয়ে আত্মশুদ্ধিৰ বাবে নিজৰ সম্পদ দান কৰে,

Verse 19

وَمَا لِأَحَدٍ عِندَهُۥ مِن نِّعْمَةٍ تُجْزَىٰٓ

Transliteration wamā li-aḥadin ʿindahu min niʿ'matin tuj'zā

Assamese আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব,

Verse 20

إِلَّا ٱبْتِغَآءَ وَجْهِ رَبِّهِ ٱلْأَعْلَىٰ

Transliteration illā ib'tighāa wajhi rabbihi l-aʿlā

Assamese কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত;

Verse 21

وَلَسَوْفَ يَرْضَىٰ

Transliteration walasawfa yarḍā

Assamese আৰু অনতিপলমে তেওঁ সন্তুষ্টি লাভ কৰিব।

Read Surah Al-Layl in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.