Surah Al-Mursalat in Assamese: translation and audio
Surah 77 · المرسلات · The Emissaries · 50 verses
Surah Al-Mursalat verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Mursalat word by word in English.
Verse 1
وَٱلْمُرْسَلَـٰتِ عُرْفًا
Transliteration wal-mur'salāti ʿur'fan
Assamese শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ,
Verse 2
فَٱلْعَـٰصِفَـٰتِ عَصْفًا
Transliteration fal-ʿāṣifāti ʿaṣfan
Assamese তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ,
Verse 3
وَٱلنَّـٰشِرَٰتِ نَشْرًا
Transliteration wal-nāshirāti nashran
Assamese শপত প্ৰচণ্ড সঞ্চালনকাৰীৰ,
Verse 4
فَٱلْفَـٰرِقَـٰتِ فَرْقًا
Transliteration fal-fāriqāti farqan
Assamese তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ,
Verse 5
فَٱلْمُلْقِيَـٰتِ ذِكْرًا
Transliteration fal-mul'qiyāti dhik'ran
Assamese তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে---
Verse 6
عُذْرًا أَوْ نُذْرًا
Transliteration ʿudh'ran aw nudh'ran
Assamese ওজৰ-আপত্তি দূৰীকৰণ আৰু সতৰ্ক কৰাৰ বাবে,
Verse 7
إِنَّمَا تُوعَدُونَ لَوَٰقِعٌ
Transliteration innamā tūʿadūna lawāqiʿun
Assamese নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অৱশ্যে সংঘটিত হ’ব।
Verse 8
فَإِذَا ٱلنُّجُومُ طُمِسَتْ
Transliteration fa-idhā l-nujūmu ṭumisat
Assamese যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব,
Verse 9
وَإِذَا ٱلسَّمَآءُ فُرِجَتْ
Transliteration wa-idhā l-samāu furijat
Assamese আৰু যেতিয়া আকাশখন বিদীৰ্ণ কৰা হ’ব,
Verse 10
وَإِذَا ٱلْجِبَالُ نُسِفَتْ
Transliteration wa-idhā l-jibālu nusifat
Assamese আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণবিচূৰ্ণ কৰা হ’ব,
Verse 11
وَإِذَا ٱلرُّسُلُ أُقِّتَتْ
Transliteration wa-idhā l-rusulu uqqitat
Assamese আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব,
Verse 12
لِأَىِّ يَوْمٍ أُجِّلَتْ
Transliteration li-ayyi yawmin ujjilat
Assamese কোনটো দিনৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে?
Verse 13
لِيَوْمِ ٱلْفَصْلِ
Transliteration liyawmi l-faṣli
Assamese বিচাৰ দিনৰ বাবে।
Verse 14
وَمَآ أَدْرَىٰكَ مَا يَوْمُ ٱلْفَصْلِ
Transliteration wamā adrāka mā yawmu l-faṣli
Assamese আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি?
Verse 15
وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ
Transliteration waylun yawma-idhin lil'mukadhibīna
Assamese সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
Verse 16
أَلَمْ نُهْلِكِ ٱلْأَوَّلِينَ
Transliteration alam nuh'liki l-awalīna
Assamese আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে?
Verse 17
ثُمَّ نُتْبِعُهُمُ ٱلْـَٔاخِرِينَ
Transliteration thumma nut'biʿuhumu l-ākhirīna
Assamese তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম।
Verse 18
كَذَٰلِكَ نَفْعَلُ بِٱلْمُجْرِمِينَ
Transliteration kadhālika nafʿalu bil-muj'rimīna
Assamese অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰো।
Verse 19
وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ
Transliteration waylun yawma-idhin lil'mukadhibīna
Assamese সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
Verse 20
أَلَمْ نَخْلُقكُّم مِّن مَّآءٍ مَّهِينٍ
Transliteration alam nakhluqkkum min māin mahīnin
Assamese আমি তোমালোকক ঘৃণনীয় পানীৰ পৰা সৃষ্টি কৰা নাইনে?
Verse 21
فَجَعَلْنَـٰهُ فِى قَرَارٍ مَّكِينٍ
Transliteration fajaʿalnāhu fī qarārin makīnin
Assamese তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছো,
Verse 22
إِلَىٰ قَدَرٍ مَّعْلُومٍ
Transliteration ilā qadarin maʿlūmin
Assamese এটা নিৰ্দিষ্ট সময় লৈকে,
Verse 23
فَقَدَرْنَا فَنِعْمَ ٱلْقَـٰدِرُونَ
Transliteration faqadarnā faniʿ'ma l-qādirūna
Assamese তাৰ পিছত আমি পৰিমাপ কৰিছো, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী!
Verse 24
وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ
Transliteration waylun yawma-idhin lil'mukadhibīna
Assamese সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
Verse 25
أَلَمْ نَجْعَلِ ٱلْأَرْضَ كِفَاتًا
Transliteration alam najʿali l-arḍa kifātan
Assamese আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে?
Verse 26
أَحْيَآءً وَأَمْوَٰتًا
Transliteration aḥyāan wa-amwātan
Assamese জীৱিতসকল আৰু মৃতসকলৰ বাবে?
Verse 27
وَجَعَلْنَا فِيهَا رَوَٰسِىَ شَـٰمِخَـٰتٍ وَأَسْقَيْنَـٰكُم مَّآءً فُرَاتًا
Transliteration wajaʿalnā fīhā rawāsiya shāmikhātin wa-asqaynākum māan furātan
Assamese আৰু আমি তাত স্থাপন কৰিছো সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰাইছো তৃ়ষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।
Verse 28
وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ
Transliteration waylun yawma-idhin lil'mukadhibīna
Assamese সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
Verse 29
ٱنطَلِقُوٓا۟ إِلَىٰ مَا كُنتُم بِهِۦ تُكَذِّبُونَ
Transliteration inṭaliqū ilā mā kuntum bihi tukadhibūna
Assamese (সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।
Verse 30
ٱنطَلِقُوٓا۟ إِلَىٰ ظِلٍّ ذِى ثَلَـٰثِ شُعَبٍ
Transliteration inṭaliqū ilā ẓillin dhī thalāthi shuʿabin
Assamese যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে,
Verse 31
لَّا ظَلِيلٍ وَلَا يُغْنِى مِنَ ٱللَّهَبِ
Transliteration lā ẓalīlin walā yugh'nī mina l-lahabi
Assamese যিটো ছাঁ শীতল নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব,
Verse 32
إِنَّهَا تَرْمِى بِشَرَرٍ كَٱلْقَصْرِ
Transliteration innahā tarmī bishararin kal-qaṣri
Assamese নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি,
Verse 33
كَأَنَّهُۥ جِمَـٰلَتٌ صُفْرٌ
Transliteration ka-annahu jimālatun ṣuf'run
Assamese এনেকুৱা যেন হালধীয়া উটৰ শ্ৰেণী,
Verse 34
وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ
Transliteration waylun yawma-idhin lil'mukadhibīna
Assamese সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
Verse 35
هَـٰذَا يَوْمُ لَا يَنطِقُونَ
Transliteration hādhā yawmu lā yanṭiqūna
Assamese এইটো এনেকুৱা দিন যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব,
Verse 36
وَلَا يُؤْذَنُ لَهُمْ فَيَعْتَذِرُونَ
Transliteration walā yu'dhanu lahum fayaʿtadhirūna
Assamese আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।
Verse 37
وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ
Transliteration waylun yawma-idhin lil'mukadhibīna
Assamese সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
Verse 38
هَـٰذَا يَوْمُ ٱلْفَصْلِ ۖ جَمَعْنَـٰكُمْ وَٱلْأَوَّلِينَ
Transliteration hādhā yawmu l-faṣli jamaʿnākum wal-awalīna
Assamese ‘এইটো ফয়চালাৰ দিন, আমি একত্ৰিত কৰিছো তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।
Verse 39
فَإِن كَانَ لَكُمْ كَيْدٌ فَكِيدُونِ
Transliteration fa-in kāna lakum kaydun fakīdūni
Assamese এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।
Verse 40
وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ
Transliteration waylun yawma-idhin lil'mukadhibīna
Assamese সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
Verse 41
إِنَّ ٱلْمُتَّقِينَ فِى ظِلَـٰلٍ وَعُيُونٍ
Transliteration inna l-mutaqīna fī ẓilālin waʿuyūnin
Assamese নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত,
Verse 42
وَفَوَٰكِهَ مِمَّا يَشْتَهُونَ
Transliteration wafawākiha mimmā yashtahūna
Assamese আৰু তেওঁলোকৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।
Verse 43
كُلُوا۟ وَٱشْرَبُوا۟ هَنِيٓـًٔۢا بِمَا كُنتُمْ تَعْمَلُونَ
Transliteration kulū wa-ish'rabū hanīan bimā kuntum taʿmalūna
Assamese (তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;
Verse 44
إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ
Transliteration innā kadhālika najzī l-muḥ'sinīna
Assamese সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকো।
Verse 45
وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ
Transliteration waylun yawma-idhin lil'mukadhibīna
Assamese সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
Verse 46
كُلُوا۟ وَتَمَتَّعُوا۟ قَلِيلًا إِنَّكُم مُّجْرِمُونَ
Transliteration kulū watamattaʿū qalīlan innakum muj'rimūna
Assamese (হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।
Verse 47
وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ
Transliteration waylun yawma-idhin lil'mukadhibīna
Assamese সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
Verse 48
وَإِذَا قِيلَ لَهُمُ ٱرْكَعُوا۟ لَا يَرْكَعُونَ
Transliteration wa-idhā qīla lahumu ir'kaʿū lā yarkaʿūna
Assamese যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা, (তেতিয়া) সিহঁতে ৰুকু’ নকৰে’।
Verse 49
وَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ
Transliteration waylun yawma-idhin lil'mukadhibīna
Assamese সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
Verse 50
فَبِأَىِّ حَدِيثٍۭ بَعْدَهُۥ يُؤْمِنُونَ
Transliteration fabi-ayyi ḥadīthin baʿdahu yu'minūna
Assamese এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব?
Read Surah Al-Mursalat in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.