Surah Al-Qiyamah in Assamese: translation and audio
Surah 75 · القيامة · The Resurrection · 40 verses
Surah Al-Qiyamah verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Qiyamah word by word in English.
Verse 1
لَآ أُقْسِمُ بِيَوْمِ ٱلْقِيَـٰمَةِ
Transliteration lā uq'simu biyawmi l-qiyāmati
Assamese মই শপত কৰিছো ক্বিয়ামতৰ দিনৰ,
Verse 2
وَلَآ أُقْسِمُ بِٱلنَّفْسِ ٱللَّوَّامَةِ
Transliteration walā uq'simu bil-nafsi l-lawāmati
Assamese মই আৰু শপত কৰিছো আত্মনিন্দাকাৰী আত্মাৰ,
Verse 3
أَيَحْسَبُ ٱلْإِنسَـٰنُ أَلَّن نَّجْمَعَ عِظَامَهُۥ
Transliteration ayaḥsabu l-insānu allan najmaʿa ʿiẓāmahu
Assamese মানুহে ভাৱে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?
Verse 4
بَلَىٰ قَـٰدِرِينَ عَلَىٰٓ أَن نُّسَوِّىَ بَنَانَهُۥ
Transliteration balā qādirīna ʿalā an nusawwiya banānahu
Assamese কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।
Verse 5
بَلْ يُرِيدُ ٱلْإِنسَـٰنُ لِيَفْجُرَ أَمَامَهُۥ
Transliteration bal yurīdu l-insānu liyafjura amāmahu
Assamese বৰং মানুহে তাৰ ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ বিচাৰে।
Verse 6
يَسْـَٔلُ أَيَّانَ يَوْمُ ٱلْقِيَـٰمَةِ
Transliteration yasalu ayyāna yawmu l-qiyāmati
Assamese সি প্ৰশ্ন কৰে, ক্বিয়ামতৰ দিনটো কেতিয়া আহিব?
Verse 7
فَإِذَا بَرِقَ ٱلْبَصَرُ
Transliteration fa-idhā bariqa l-baṣaru
Assamese যেতিয়া চকু স্থিৰ হৈ যাব,
Verse 8
وَخَسَفَ ٱلْقَمَرُ
Transliteration wakhasafa l-qamaru
Assamese আৰু চন্দ্ৰ কিৰণবিহীন হৈ পৰিব,
Verse 9
وَجُمِعَ ٱلشَّمْسُ وَٱلْقَمَرُ
Transliteration wajumiʿa l-shamsu wal-qamaru
Assamese আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব-
Verse 10
يَقُولُ ٱلْإِنسَـٰنُ يَوْمَئِذٍ أَيْنَ ٱلْمَفَرُّ
Transliteration yaqūlu l-insānu yawma-idhin ayna l-mafaru
Assamese সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?
Verse 11
كَلَّا لَا وَزَرَ
Transliteration kallā lā wazara
Assamese কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।
Verse 12
إِلَىٰ رَبِّكَ يَوْمَئِذٍ ٱلْمُسْتَقَرُّ
Transliteration ilā rabbika yawma-idhin l-mus'taqaru
Assamese সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।
Verse 13
يُنَبَّؤُا۟ ٱلْإِنسَـٰنُ يَوْمَئِذٍۭ بِمَا قَدَّمَ وَأَخَّرَ
Transliteration yunabba-u l-insānu yawma-idhin bimā qaddama wa-akhara
Assamese সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব সি আগলৈ কি পঠিয়াইছিল আৰু পিছত কি থৈ আহিছে।
Verse 14
بَلِ ٱلْإِنسَـٰنُ عَلَىٰ نَفْسِهِۦ بَصِيرَةٌ
Transliteration bali l-insānu ʿalā nafsihi baṣīratun
Assamese বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,
Verse 15
وَلَوْ أَلْقَىٰ مَعَاذِيرَهُۥ
Transliteration walaw alqā maʿādhīrahu
Assamese যদিও সি নানা অজুহাত দেখুৱায়।
Verse 16
لَا تُحَرِّكْ بِهِۦ لِسَانَكَ لِتَعْجَلَ بِهِۦٓ
Transliteration lā tuḥarrik bihi lisānaka litaʿjala bihi
Assamese ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।
Verse 17
إِنَّ عَلَيْنَا جَمْعَهُۥ وَقُرْءَانَهُۥ
Transliteration inna ʿalaynā jamʿahu waqur'ānahu
Assamese নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।
Verse 18
فَإِذَا قَرَأْنَـٰهُ فَٱتَّبِعْ قُرْءَانَهُۥ
Transliteration fa-idhā qaranāhu fa-ittabiʿ qur'ānahu
Assamese এতেকে আমি যেতিয়া ইয়াক পাঠ কৰো তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰিবা,
Verse 19
ثُمَّ إِنَّ عَلَيْنَا بَيَانَهُۥ
Transliteration thumma inna ʿalaynā bayānahu
Assamese তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰেই।
Verse 20
كَلَّا بَلْ تُحِبُّونَ ٱلْعَاجِلَةَ
Transliteration kallā bal tuḥibbūna l-ʿājilata
Assamese কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনক ভাল পোৱা;
Verse 21
وَتَذَرُونَ ٱلْـَٔاخِرَةَ
Transliteration watadharūna l-ākhirata
Assamese আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।
Verse 22
وُجُوهٌ يَوْمَئِذٍ نَّاضِرَةٌ
Transliteration wujūhun yawma-idhin nāḍiratun
Assamese সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,
Verse 23
إِلَىٰ رَبِّهَا نَاظِرَةٌ
Transliteration ilā rabbihā nāẓiratun
Assamese সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।
Verse 24
وَوُجُوهٌ يَوْمَئِذٍۭ بَاسِرَةٌ
Transliteration wawujūhun yawma-idhin bāsiratun
Assamese আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,
Verse 25
تَظُنُّ أَن يُفْعَلَ بِهَا فَاقِرَةٌ
Transliteration taẓunnu an yuf'ʿala bihā fāqiratun
Assamese সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।
Verse 26
كَلَّآ إِذَا بَلَغَتِ ٱلتَّرَاقِىَ
Transliteration kallā idhā balaghati l-tarāqiya
Assamese নিশ্চয়, যেতিয়া প্ৰাণ কন্ঠাগত হ’ব,
Verse 27
وَقِيلَ مَنْ ۜ رَاقٍ
Transliteration waqīla man rāqin
Assamese আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?
Verse 28
وَظَنَّ أَنَّهُ ٱلْفِرَاقُ
Transliteration waẓanna annahu l-firāqu
Assamese তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।
Verse 29
وَٱلْتَفَّتِ ٱلسَّاقُ بِٱلسَّاقِ
Transliteration wal-tafati l-sāqu bil-sāqi
Assamese আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।
Verse 30
إِلَىٰ رَبِّكَ يَوْمَئِذٍ ٱلْمَسَاقُ
Transliteration ilā rabbika yawma-idhin l-masāqu
Assamese সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।
Verse 31
فَلَا صَدَّقَ وَلَا صَلَّىٰ
Transliteration falā ṣaddaqa walā ṣallā
Assamese এতেকে সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।
Verse 32
وَلَـٰكِن كَذَّبَ وَتَوَلَّىٰ
Transliteration walākin kadhaba watawallā
Assamese বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
Verse 33
ثُمَّ ذَهَبَ إِلَىٰٓ أَهْلِهِۦ يَتَمَطَّىٰٓ
Transliteration thumma dhahaba ilā ahlihi yatamaṭṭā
Assamese তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,
Verse 34
أَوْلَىٰ لَكَ فَأَوْلَىٰ
Transliteration awlā laka fa-awlā
Assamese দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ!
Verse 35
ثُمَّ أَوْلَىٰ لَكَ فَأَوْلَىٰٓ
Transliteration thumma awlā laka fa-awlā
Assamese আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ!
Verse 36
أَيَحْسَبُ ٱلْإِنسَـٰنُ أَن يُتْرَكَ سُدًى
Transliteration ayaḥsabu l-insānu an yut'raka sudan
Assamese মানুহে ভাৱে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?
Verse 37
أَلَمْ يَكُ نُطْفَةً مِّن مَّنِىٍّ يُمْنَىٰ
Transliteration alam yaku nuṭ'fatan min maniyyin yum'nā
Assamese সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?
Verse 38
ثُمَّ كَانَ عَلَقَةً فَخَلَقَ فَسَوَّىٰ
Transliteration thumma kāna ʿalaqatan fakhalaqa fasawwā
Assamese তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।
Verse 39
فَجَعَلَ مِنْهُ ٱلزَّوْجَيْنِ ٱلذَّكَرَ وَٱلْأُنثَىٰٓ
Transliteration fajaʿala min'hu l-zawjayni l-dhakara wal-unthā
Assamese তাৰ পিছত তেওঁ তাৰ পৰা যোৰ যোৰ হিচাপে নৰ-নাৰী সৃষ্টি কৰে।
Verse 40
أَلَيْسَ ذَٰلِكَ بِقَـٰدِرٍ عَلَىٰٓ أَن يُحْـِۧىَ ٱلْمَوْتَىٰ
Transliteration alaysa dhālika biqādirin ʿalā an yuḥ'yiya l-mawtā
Assamese তথাপিও সেই স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?
Read Surah Al-Qiyamah in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.