Surah Al-Fajr in Assamese: translation and audio
Surah 89 · الفجر · The Dawn · 30 verses
Surah Al-Fajr verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Fajr word by word in English.
Verse 1
وَٱلْفَجْرِ
Transliteration wal-fajri
Assamese ফজৰৰ সময়ৰ শপত,
Verse 2
وَلَيَالٍ عَشْرٍ
Transliteration walayālin ʿashrin
Assamese শপত দহ ৰাতিৰ,
Verse 3
وَٱلشَّفْعِ وَٱلْوَتْرِ
Transliteration wal-shafʿi wal-watri
Assamese শপত যোৰ আৰু বিযোৰৰ,
Verse 4
وَٱلَّيْلِ إِذَا يَسْرِ
Transliteration wa-al-layli idhā yasri
Assamese আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,
Verse 5
هَلْ فِى ذَٰلِكَ قَسَمٌ لِّذِى حِجْرٍ
Transliteration hal fī dhālika qasamun lidhī ḥij'rin
Assamese ইয়াৰ মাজত বোধসম্পন্ন ব্যক্তিৰ বাবে দৃঢ় প্ৰমাণ নাইনে?
Verse 6
أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِعَادٍ
Transliteration alam tara kayfa faʿala rabbuka biʿādin
Assamese তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল?
Verse 7
إِرَمَ ذَاتِ ٱلْعِمَادِ
Transliteration irama dhāti l-ʿimādi
Assamese ইৰাম গোত্ৰৰ লগত, যিহঁতে অধিকাৰী আছিল সুউচ্চ প্ৰাসাদৰ?
Verse 8
ٱلَّتِى لَمْ يُخْلَقْ مِثْلُهَا فِى ٱلْبِلَـٰدِ
Transliteration allatī lam yukh'laq mith'luhā fī l-bilādi
Assamese যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই;
Verse 9
وَثَمُودَ ٱلَّذِينَ جَابُوا۟ ٱلصَّخْرَ بِٱلْوَادِ
Transliteration wathamūda alladhīna jābū l-ṣakhra bil-wādi
Assamese আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল;
Verse 10
وَفِرْعَوْنَ ذِى ٱلْأَوْتَادِ
Transliteration wafir'ʿawna dhī l-awtādi
Assamese আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল)
Verse 11
ٱلَّذِينَ طَغَوْا۟ فِى ٱلْبِلَـٰدِ
Transliteration alladhīna ṭaghaw fī l-bilādi
Assamese যিসকলে দেশত সীমালঙ্ঘন কৰিছিল,
Verse 12
فَأَكْثَرُوا۟ فِيهَا ٱلْفَسَادَ
Transliteration fa-aktharū fīhā l-fasāda
Assamese তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল।
Verse 13
فَصَبَّ عَلَيْهِمْ رَبُّكَ سَوْطَ عَذَابٍ
Transliteration faṣabba ʿalayhim rabbuka sawṭa ʿadhābin
Assamese ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিলে।
Verse 14
إِنَّ رَبَّكَ لَبِٱلْمِرْصَادِ
Transliteration inna rabbaka labil-mir'ṣādi
Assamese নিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে।
Verse 15
فَأَمَّا ٱلْإِنسَـٰنُ إِذَا مَا ٱبْتَلَىٰهُ رَبُّهُۥ فَأَكْرَمَهُۥ وَنَعَّمَهُۥ فَيَقُولُ رَبِّىٓ أَكْرَمَنِ
Transliteration fa-ammā l-insānu idhā mā ib'talāhu rabbuhu fa-akramahu wanaʿʿamahu fayaqūlu rabbī akramani
Assamese আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।
Verse 16
وَأَمَّآ إِذَا مَا ٱبْتَلَىٰهُ فَقَدَرَ عَلَيْهِ رِزْقَهُۥ فَيَقُولُ رَبِّىٓ أَهَـٰنَنِ
Transliteration wa-ammā idhā mā ib'talāhu faqadara ʿalayhi riz'qahu fayaqūlu rabbī ahānani
Assamese আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’।
Verse 17
كَلَّا ۖ بَل لَّا تُكْرِمُونَ ٱلْيَتِيمَ
Transliteration kallā bal lā tuk'rimūna l-yatīma
Assamese কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা,
Verse 18
وَلَا تَحَـٰٓضُّونَ عَلَىٰ طَعَامِ ٱلْمِسْكِينِ
Transliteration walā taḥāḍḍūna ʿalā ṭaʿāmi l-mis'kīni
Assamese আৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উত্সাহিত নকৰা,
Verse 19
وَتَأْكُلُونَ ٱلتُّرَاثَ أَكْلًا لَّمًّا
Transliteration watakulūna l-turātha aklan lamman
Assamese আৰু তোমালোকে উত্তৰাধিকাৰৰ সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা,
Verse 20
وَتُحِبُّونَ ٱلْمَالَ حُبًّا جَمًّا
Transliteration watuḥibbūna l-māla ḥubban jamman
Assamese আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা;
Verse 21
كَلَّآ إِذَا دُكَّتِ ٱلْأَرْضُ دَكًّا دَكًّا
Transliteration kallā idhā dukkati l-arḍu dakkan dakkan
Assamese কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,
Verse 22
وَجَآءَ رَبُّكَ وَٱلْمَلَكُ صَفًّا صَفًّا
Transliteration wajāa rabbuka wal-malaku ṣaffan ṣaffan
Assamese আৰু যেতিয়া তোমাৰ প্ৰতিপালকে আগমন কৰিব আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে উপস্থিত হ’ব,
Verse 23
وَجِا۟ىٓءَ يَوْمَئِذٍۭ بِجَهَنَّمَ ۚ يَوْمَئِذٍ يَتَذَكَّرُ ٱلْإِنسَـٰنُ وَأَنَّىٰ لَهُ ٱلذِّكْرَىٰ
Transliteration wajīa yawma-idhin bijahannama yawma-idhin yatadhakkaru l-insānu wa-annā lahu l-dhik'rā
Assamese আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কোন কামত আহিব?
Verse 24
يَقُولُ يَـٰلَيْتَنِى قَدَّمْتُ لِحَيَاتِى
Transliteration yaqūlu yālaytanī qaddamtu liḥayātī
Assamese (তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোহেঁতেন,
Verse 25
فَيَوْمَئِذٍ لَّا يُعَذِّبُ عَذَابَهُۥٓ أَحَدٌ
Transliteration fayawma-idhin lā yuʿadhibu ʿadhābahu aḥadun
Assamese সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব।
Verse 26
وَلَا يُوثِقُ وَثَاقَهُۥٓ أَحَدٌ
Transliteration walā yūthiqu wathāqahu aḥadun
Assamese আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব।
Verse 27
يَـٰٓأَيَّتُهَا ٱلنَّفْسُ ٱلْمُطْمَئِنَّةُ
Transliteration yāayyatuhā l-nafsu l-muṭ'ma-inatu
Assamese হে প্ৰশান্ত আত্মা!
Verse 28
ٱرْجِعِىٓ إِلَىٰ رَبِّكِ رَاضِيَةً مَّرْضِيَّةً
Transliteration ir'jiʿī ilā rabbiki rāḍiyatan marḍiyyatan
Assamese তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ,
Verse 29
فَٱدْخُلِى فِى عِبَـٰدِى
Transliteration fa-ud'khulī fī ʿibādī
Assamese আৰু মোৰ বান্দাসকলৰ অন্তৰ্ভূক্ত হৈ যোৱা,
Verse 30
وَٱدْخُلِى جَنَّتِى
Transliteration wa-ud'khulī jannatī
Assamese আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।
Read Surah Al-Fajr in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.