MyDugsiStart learning

Surah Ash-Shams in Assamese: translation and audio

Surah 91 · الشمس · The Sun · 15 verses

Surah Ash-Shams verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Ash-Shams word by word in English.

Verse 1

وَٱلشَّمْسِ وَضُحَىٰهَا

Transliteration wal-shamsi waḍuḥāhā

Assamese শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ,

Verse 2

وَٱلْقَمَرِ إِذَا تَلَىٰهَا

Transliteration wal-qamari idhā talāhā

Assamese শপত চন্দ্ৰৰ, যেতিয়া ই সূৰ্যৰ পিছত আবিৰ্ভাৱ হয়,

Verse 3

وَٱلنَّهَارِ إِذَا جَلَّىٰهَا

Transliteration wal-nahāri idhā jallāhā

Assamese আৰু দিনৰ শপত, যেতিয়া সূৰ্যক প্ৰকাশ কৰে,

Verse 4

وَٱلَّيْلِ إِذَا يَغْشَىٰهَا

Transliteration wa-al-layli idhā yaghshāhā

Assamese ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে,

Verse 5

وَٱلسَّمَآءِ وَمَا بَنَىٰهَا

Transliteration wal-samāi wamā banāhā

Assamese শপত আকাশৰ আৰু সেই সত্তাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে,

Verse 6

وَٱلْأَرْضِ وَمَا طَحَىٰهَا

Transliteration wal-arḍi wamā ṭaḥāhā

Assamese পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে,

Verse 7

وَنَفْسٍ وَمَا سَوَّىٰهَا

Transliteration wanafsin wamā sawwāhā

Assamese শপত প্ৰাণৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে,

Verse 8

فَأَلْهَمَهَا فُجُورَهَا وَتَقْوَىٰهَا

Transliteration fa-alhamahā fujūrahā wataqwāhā

Assamese তাৰ পিছত ইয়াক তাৰ সত্কৰ্মৰ আৰু অসত্কৰ্মৰ জ্ঞান দান কৰিছে,

Verse 9

قَدْ أَفْلَحَ مَن زَكَّىٰهَا

Transliteration qad aflaḥa man zakkāhā

Assamese নিসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।

Verse 10

وَقَدْ خَابَ مَن دَسَّىٰهَا

Transliteration waqad khāba man dassāhā

Assamese আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।

Verse 11

كَذَّبَتْ ثَمُودُ بِطَغْوَىٰهَآ

Transliteration kadhabat thamūdu biṭaghwāhā

Assamese ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশত অস্বীকাৰ কৰিছিল।

Verse 12

إِذِ ٱنۢبَعَثَ أَشْقَىٰهَا

Transliteration idhi inbaʿatha ashqāhā

Assamese যেতিয়া সিহঁতৰ মাজৰ হতভাগ্য ব্যক্তিজন তত্পৰ হৈ উঠিল,

Verse 13

فَقَالَ لَهُمْ رَسُولُ ٱللَّهِ نَاقَةَ ٱللَّهِ وَسُقْيَـٰهَا

Transliteration faqāla lahum rasūlu l-lahi nāqata l-lahi wasuq'yāhā

Assamese তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক ক'লে, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'।

Verse 14

فَكَذَّبُوهُ فَعَقَرُوهَا فَدَمْدَمَ عَلَيْهِمْ رَبُّهُم بِذَنۢبِهِمْ فَسَوَّىٰهَا

Transliteration fakadhabūhu faʿaqarūhā fadamdama ʿalayhim rabbuhum bidhanbihim fasawwāhā

Assamese কিন্তু সিহঁতে অস্বীকাৰ কৰিলে আৰু উটজনীক বধ কৰিলে। ফলত সিহঁতৰ পাপৰ বাবে সিহঁতৰ প্ৰতিপালকে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিলে।

Verse 15

وَلَا يَخَافُ عُقْبَـٰهَا

Transliteration walā yakhāfu ʿuq'bāhā

Assamese আৰু তেওঁ ইয়াৰ পৰিণামক ভয় নকৰে।

Read Surah Ash-Shams in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.