Surah Al-Inshiqaq in Assamese: translation and audio
Surah 84 · الإنشقاق · The Sundering · 25 verses
Surah Al-Inshiqaq verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Inshiqaq word by word in English.
Verse 1
إِذَا ٱلسَّمَآءُ ٱنشَقَّتْ
Transliteration idhā l-samāu inshaqqat
Assamese যেতিয়া আকাশখন ভাঙি পৰিব,
Verse 2
وَأَذِنَتْ لِرَبِّهَا وَحُقَّتْ
Transliteration wa-adhinat lirabbihā waḥuqqat
Assamese আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।
Verse 3
وَإِذَا ٱلْأَرْضُ مُدَّتْ
Transliteration wa-idhā l-arḍu muddat
Assamese আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।
Verse 4
وَأَلْقَتْ مَا فِيهَا وَتَخَلَّتْ
Transliteration wa-alqat mā fīhā watakhallat
Assamese আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।
Verse 5
وَأَذِنَتْ لِرَبِّهَا وَحُقَّتْ
Transliteration wa-adhinat lirabbihā waḥuqqat
Assamese আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।
Verse 6
يَـٰٓأَيُّهَا ٱلْإِنسَـٰنُ إِنَّكَ كَادِحٌ إِلَىٰ رَبِّكَ كَدْحًا فَمُلَـٰقِيهِ
Transliteration yāayyuhā l-insānu innaka kādiḥun ilā rabbika kadḥan famulāqīhi
Assamese হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ নৈকট্য পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁৰ সাক্ষাত লাভ কৰিব পাৰিবা।
Verse 7
فَأَمَّا مَنْ أُوتِىَ كِتَـٰبَهُۥ بِيَمِينِهِۦ
Transliteration fa-ammā man ūtiya kitābahu biyamīnihi
Assamese এতেকে যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হব;
Verse 8
فَسَوْفَ يُحَاسَبُ حِسَابًا يَسِيرًا
Transliteration fasawfa yuḥāsabu ḥisāban yasīran
Assamese অত্যন্ত সহজ ভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।
Verse 9
وَيَنقَلِبُ إِلَىٰٓ أَهْلِهِۦ مَسْرُورًا
Transliteration wayanqalibu ilā ahlihi masrūran
Assamese আৰু তেওঁ তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব;
Verse 10
وَأَمَّا مَنْ أُوتِىَ كِتَـٰبَهُۥ وَرَآءَ ظَهْرِهِۦ
Transliteration wa-ammā man ūtiya kitābahu warāa ẓahrihi
Assamese আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব,
Verse 11
فَسَوْفَ يَدْعُوا۟ ثُبُورًا
Transliteration fasawfa yadʿū thubūran
Assamese সি নিজৰ ধ্বংস আহ্বান কৰিব;
Verse 12
وَيَصْلَىٰ سَعِيرًا
Transliteration wayaṣlā saʿīran
Assamese আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব;
Verse 13
إِنَّهُۥ كَانَ فِىٓ أَهْلِهِۦ مَسْرُورًا
Transliteration innahu kāna fī ahlihi masrūran
Assamese নিশ্চয় সি নিজ পৰিয়ালৰ মাজত আনন্দত আছিল,
Verse 14
إِنَّهُۥ ظَنَّ أَن لَّن يَحُورَ
Transliteration innahu ẓanna an lan yaḥūra
Assamese নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব;
Verse 15
بَلَىٰٓ إِنَّ رَبَّهُۥ كَانَ بِهِۦ بَصِيرًا
Transliteration balā inna rabbahu kāna bihi baṣīran
Assamese হয়, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।
Verse 16
فَلَآ أُقْسِمُ بِٱلشَّفَقِ
Transliteration falā uq'simu bil-shafaqi
Assamese এতেকে মই শপত কৰিছো পশ্চিম আকাশৰ ৰঙা কিৰণৰ,
Verse 17
وَٱلَّيْلِ وَمَا وَسَقَ
Transliteration wa-al-layli wamā wasaqa
Assamese ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়,
Verse 18
وَٱلْقَمَرِ إِذَا ٱتَّسَقَ
Transliteration wal-qamari idhā ittasaqa
Assamese আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে;
Verse 19
لَتَرْكَبُنَّ طَبَقًا عَن طَبَقٍ
Transliteration latarkabunna ṭabaqan ʿan ṭabaqin
Assamese অৱশ্যে তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।
Verse 20
فَمَا لَهُمْ لَا يُؤْمِنُونَ
Transliteration famā lahum lā yu'minūna
Assamese কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়?
Verse 21
وَإِذَا قُرِئَ عَلَيْهِمُ ٱلْقُرْءَانُ لَا يَسْجُدُونَ ۩
Transliteration wa-idhā quri-a ʿalayhimu l-qur'ānu lā yasjudūna
Assamese আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়?
Verse 22
بَلِ ٱلَّذِينَ كَفَرُوا۟ يُكَذِّبُونَ
Transliteration bali alladhīna kafarū yukadhibūna
Assamese বৰং কাফিৰসকলে অস্বীকাৰ কৰে।
Verse 23
وَٱللَّهُ أَعْلَمُ بِمَا يُوعُونَ
Transliteration wal-lahu aʿlamu bimā yūʿūna
Assamese আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।
Verse 24
فَبَشِّرْهُم بِعَذَابٍ أَلِيمٍ
Transliteration fabashir'hum biʿadhābin alīmin
Assamese সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া;
Verse 25
إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍۭ
Transliteration illā alladhīna āmanū waʿamilū l-ṣāliḥāti lahum ajrun ghayru mamnūnin
Assamese কিন্তু যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন প্ৰতিদান।
Read Surah Al-Inshiqaq in another language
- English (word by word)
- Albanian
- Amazigh
- Amharic
- Azerbaijani
- Bambara
- Bangla
- Bosnian
- Bulgarian
- Chechen
- Chinese
- Czech
- Dari
- Dhivehi
- Dutch
- Finnish
- French
- German
- Gujarati
- Hausa
- Hebrew
- Hindi
- Indonesian
- Italian
- Japanese
- Kannada
- Kazakh
- Khmer
- Kinyarwanda
- Korean
- Kurdish
- Luganda
- Malay
- Malayalam
- Maranao
- Marathi
- Nepali
- Norwegian
- Oromo
- Pashto
- Persian
- Polish
- Portuguese
- Romanian
- Russian
- Sindhi
- Sinhala
- Somali
- Spanish
- Swahili
- Swedish
- Tagalog
- Tajik
- Tamil
- Tatar
- Telugu
- Thai
- Turkish
- Ukrainian
- Urdu
- Uyghur
- Uzbek
- Vietnamese
- Yao
- Yoruba
All 114 surahs in Assamese: the Qur’an in Assamese.
Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.